LEAD কৰ্মশালা [ LEAD Student APP-WORKSHOP]

Dear Parents

To help in usage of LEAD student App by parents and students a vivid workshop is scheduled to be held on 03/06/23 (Saturday) from 1:00 PM onwards in coordination with LEAD Foundation. The session will be commenced with instructions by respected Pravesh Lepcha, Academic Coordinator, LEAD-DIKSHA. Please ensure your participation to clarify all doubts regarding LEAD.

Venue: Tribal Community Centre

Regards

TEAM DIKSHA

শ্ৰদ্ধাৰ অভিভাৱক বৃন্দ,
ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ সুবিধাৰ্থে LEAD foundationৰ তত্ত্বাবধানত অহা শনিবাৰে (৩ জুন’২৩) বিয়লি ১:০০ বজাৰ পৰা LEAD STUDENT APP ৰ ব্যৱহাৰিক জ্ঞানৰ সহায় হোৱাকৈ সকলো অভিভাৱকৰ বাবে এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ LEAD প্ৰতিনিধি Pravesh Lepcha মহোদয়ৰ নেতৃত্বত এই কৰ্মশালা অনুস্থিত কৰা হৈছে৷ সকলোৰে উপস্থিতি একান্তই বাঞ্চনীয়৷৷
স্থান: জনজাতি সামূহিক ভৱন৷

~দীক্ষা কৰ্তৃপক্ষ

N.B.- Workshop is for parents of NURSERY to CLASS-VIII only