CORRIGENDUM

The venue of LEAD training workshop on “Student App” is changed from “Tribal Community Centre”, Near Block Office, Bihpuria  to the conference hall of “PRATIDDHANI CLUB”, 2nd Floor, Hotel BIDISHA, Badati Road, Bihpuria, due to technical difficulties. Inconvenience highly regretted.

শ্ৰদ্ধাৰ অভিভাৱক বৃন্দ,
LEAD foundationৰ তত্ত্বাবধানত অহা শনিবাৰে (৩ জুন’২৩) বিয়লি ১:০০ বজাৰ পৰা হ’ব লগা  LEAD STUDENT APP ৰ ব্যৱহাৰিক জ্ঞানৰ কৰ্মশালাৰ স্থান “জনজাতি সামূহিক ভৱন“ ৰ পৰিৱৰ্তে “প্ৰতিধ্বনি সংঘ“ -বিদিশা হোটেলৰ দ্বিতীয় মহলা স্থিত প্ৰেক্ষাগৃহলে স্থানান্তৰ কৰা হৈছে৷

Team Diksha